কাৰোবাৰ পৰা উত্তৰ নহাটোও এটা উত্তৰেই, Assamese status - Assamese posts & status

Tuesday, July 14, 2020

কাৰোবাৰ পৰা উত্তৰ নহাটোও এটা উত্তৰেই, Assamese status



কাৰোবাৰ পৰা উত্তৰ নহাটোও এটা  উত্তৰেই,
যাৰ অৰ্থ সেই মানুহজনক এতিয়া আৰু আপোনাৰ দৰ্কাৰ নাই
আপুনিও বুদ্ধিমত্তাৰে কাম কৰক,
তেওঁক তেওঁৰ পৃথিৱীতেই এৰি দিয়ক


Karubar pora uttor nohatuo eta uttorei,
Jar ortho hei manuhjok etiya aaru aapunar dorkar nai,
Aapunio budhimottore kaam korok,
Teonk teonr prithibitei eri diyok.

Share with your friends

Add your opinion
Disqus comments
Notification
This is just an example, you can fill it later with your own note.
Done