বিষাদৰ ফঁটা কেঠা প্ৰেমৰ সূঁতাৰেই চিলাই দিওঁ | Assamese love status | Assamese sad status | Assamese whatsapp status | Assamese facebook status | - Assamese posts & status

Sunday, November 1, 2020

বিষাদৰ ফঁটা কেঠা প্ৰেমৰ সূঁতাৰেই চিলাই দিওঁ | Assamese love status | Assamese sad status | Assamese whatsapp status | Assamese facebook status |

Love is the most beautiful feeling in this world.But love also involves sorrow and sadness itself. Sometime to cope with love and relationship we need some soul soothing status that can refresh our mind. Here are Nine best Assamese status on love and relationship that reader will definitely want to share with near and dear ones through Whatsapp & Facebook. 
প্ৰেম হৈছে এই পৃথিৱীৰ আটাইতকৈ সুন্দৰ অনুভৱ। কিন্তু প্ৰমে ইয়াৰ সৈতে লৈ আহে বিষাদ আৰু দুখ। কেতিয়াবা এই প্ৰেম, বিষাদ আৰু জীৱনৰ সৈতে সন্তুলন বনাই ৰাখিবলৈ আমাক কিছুমান আত্মাক তৃপ্ত কৰিব পৰা অনুভৱৰ প্ৰয়োজন হ'য়। ইয়াত নটা অসমীয়া ষ্টেটাছ দিয়া হৈছে যি পঢ়ুৱৈ সকলে তেওঁলোকৰ আত্মীয় সকলৰ সৈতে Whatsapp আৰু Facebook ত ছেয়াৰ কৰিব পাৰিব।


বিষাদৰ ফঁটা কেঠা প্ৰেমৰ সূঁতাৰেই চিলাই দিওঁ
আমি আশ্বাস নিদিওঁ
মনে মিলা জনৰ বাবে জীৱনেই দি দিওঁ॥


Bixador fota ketha premor hutarei silai dio
Ami ashwax nidio
Mone mila jonor babe jibonei di dio.

------------------------------



গোটেই জীৱন ভালপোৱাৰ বৰষুণ হৈ থাকিল, পিছে অনুভৱেই নহ'
কালি নিশা মাত্ৰ সন্দেহৰ এজাক ধুমুহা আহিল
আৰু আজি পুৱা  মৰমবোৰেই  অচিনাকী হৈ পৰিল॥


Gutei jibon bhalpuwar baraxun hoi thakil
Pise anubhab ei nohol
Kali nixa matro hondehor ejak dhumuha ahil
Aru aji puwa moromburei osinaki hoi poril.

-------------------------------

(Read more love (ভালপোৱাৰ)status) 



জৰুৰী নহয় যে প্ৰতিবাৰেই
বেয়া কামৰ বাবেহে শাস্তি পাব লাগিব
কেতিয়াবা জোখতকৈ বেছি ভাল হৈ 'লেও
ইয়াৰ পৰিণাম ভুগিব লগা হয়॥


Jaruri nohoi je protibarei
Beya kamor babehe hasti pabo lagibo
Ketiyaba jukhotkoi besi bhal hoi goleo
Eyar porinam bhugibo loga hoi.

----------------------------



আজি মই আছো কালিলৈ মোৰ স্মৃতি থাকিব
কালিলৈ মই নাথাকিম কিন্তু মোৰ আলোচনাবোৰ থাকিব
কেতিয়াবাটো লুটিয়াবা জীৱনৰ এই পৃষ্ঠাটো
হয়তু তেতিয়া তোমাৰ চকুৰেও বাৰিষা নামিব।


Aji moi asu kaliloi mur smriti thakibo
Kaliloi moi nathakim kintu mur alusonabur thakibo
Ketiyaba tu lutiyaba jibonor ei pristha tu
Hoitu tetiya tumar sakureo barixa namibo.

-------------------------------



বহুত জিকিবলৈ আছে বহুত হাৰিবলৈও আছে
এতিয়াও গোটেই জীৱনৰ যুদ্ধবোৰেই বাকী আছে
পাৰ হৈ যোৱাবোৰ টো কেৱল এখন পৃষ্ঠা হে আছিল
এতিয়াটো গোটেই কিতাপ খনেই বাকী আছে॥


Bahut jikiboloi ase bahut hariboloi o ase
Etiyao gutei jibonor judhobur baki ase
par hoi juwabur tu kewol ekhon pristha he asil
Etiyao gutei kitap khonei baki ase.

--------------------------



এনে কোন আছে
যাৰ ওচৰত বিচৰা সকলো আছে
আকাশলৈ চোৱা
তাৰ ওচৰত জানো কবিৰ ভৰা লুইত খন আছে॥


Ene kun ase
Jar usorot bisora hokolu ase
Akxoloi suwa
Tar usorot janu kobir bhora luit khon ase.

---------------------------



কিছুমান মিছা ভাৱনাইও মনক দুৰ্বল কৰে
যেনে- "তেওঁ চাগে এতিয়া মোৰ কথা ভাবি আছে"


Kisuman misa bhabonai o monot durbol kore
Jene- " Teo o sage etiya mur kotha bhabi ase".

------------------------------



তেওঁ ভাৱনাৰ পৰা গৈ সপোনত আমনি কৰি থাকে
মই টোপনি যোৱাৰ চেষ্টা কৰো , টোপনিনো ' আহে॥


Teo bhabonar pora goi hopunot amonu kori thake
Moi tuponi juwar sesta koru, kintu tuponi nu kot ahe.

----------------------------------



 

নিজৰ দেহাটোক ইমান সজাই কি পাবা
টো শেষত মাটিতেই মিলি যাব
সঁজাব খুজিছা যদি আত্মাক সঁজোৱা, কাৰণ
শেষত দেহাৰ খতিয়ান লৈ ইয়েই ঈশ্বৰৰ ওচৰলৈ যাব॥


Nijor dehatuk eman hojai ki paba
E tu hexot matitei mili jabo
Hojabo khujisa jodi aatmak hojwa, karon
Hexot dehar khotiyan loi eyei nedekhajonor  usoroloi jabo.

----------------------------

Share with your friends

Add your opinion
Disqus comments
Notification
This is just an example, you can fill it later with your own note.
Done