চাকি গচহে ফু মাৰি নোমোৱাবা
ধূপ ডাল জানো পাৰিবা?
যি জ্বলে সি নিজেই নুমাই যায়,
আৰু যি আমোলমোলাই, ফু মাৰিলেও
সি বিয়পিহে যায়।।
saki gos he fu mari numuwaba
dhup daal janu pariba?
Ji jole hi nijei numai jai,
Aaru ji aamulmulai, fu marileo
hi biyopihe jai..