কিমান স্বাৰ্থপৰ এই জোনাকী বোৰ
পোহৰৰ আশা দেখুৱাই আন্ধাৰলৈহে মাতে॥
মই মোৰ এই নিসংগতাহে ভালপাওঁ
কিয়নো এই প্ৰশান্তি স্বাৰ্থপৰবোৰৰ মাজত নাপাওঁ॥
Kiman Sharthopor ei junaki bur
Puhoror aaxa dekhuwai andharoloihe maate,
Moi mur ei nihongotahe val pao
Kiyonu ei proxanti sharthopor buror majot napao..