Latest Assamese status about life and relationship that will definitely give goosebumps to the readers.
মৌন হৈ থাকো বাবেই
এইটো নাভাবিব যে মই বোবা
কন্দোৱাব টো মই ও পাৰো
কেৱল আনৰ চকুলো সহ্য কৰিব নোৱাৰো॥
কেৱল আনৰ চকুলো সহ্য কৰিব নোৱাৰো॥
Mouno hoi thaku babei
Eitu nabhabibo je moi buba
Konduwabo moi o paru
Kewol aanor sakolu hojyo
koribo nuwaru.
---------------------
এই শৌৰ্য বীৰ্য কিম্বা ধনৰ গৰ্ব
এইবোৰ কাৰোৰে চিৰস্থায়ী নহয়
সকলোৰে এই চাকি নুমাবই এদিন
এই সময় কাৰোৰে সম্পত্তি নহয়॥
এই সময় কাৰোৰে সম্পত্তি নহয়॥
Ei hoirjyo birjyo kimba
gorbo
Eibur karure sirosthayi
nohoi
Hokolure ei saki gosi
numaboi edin
Ei homoi karure hohudor
nohoi.
---------------------------
জীৱনটোত কেৱল এইটোৱেই লক্ষ্য কৰি থাকিব নালাগে
যে কোন মোতকৈ আগবাঢ়িছে আৰু মই কাতকৈ আগবাঢ়ি আছো।
কেতিয়াবা এইটোও লক্ষ্য কৰা দৰকাৰ যে
মই কাৰ লগত আছো আৰু মোৰ লগত কোন আছে॥
মই কাৰ লগত আছো আৰু মোৰ লগত কোন আছে॥
Jibon tut kewol eituwei
lokhyo kori thakibo nalage
Je kun mutkoi aagbarhise
aaru moi kaatkoi aagbarhi aasu
Ketiyaba eitu o lokhyo kora
dorkaar
Moi kaar logot aasu aaru mur
logot kun aase.
--------------------------------
কাৰোবাক দুখ সিমানহে দিয়ক
যিমান আপুনি সহ্য কৰিব পাৰে
কাৰণ যদি আনক দুখ দিছে
নিজৰ পালটোৰ বাবেও অপেক্ষা কৰক॥
নিজৰ পালটোৰ বাবেও অপেক্ষা কৰক॥
Karubak dukh himan he diyok
Jiman aapuni hojyo koribo
pare
Karon Jodi aanok dukh dise
Nijor pal tuloi o opekhya
koratu joruri.
---------------------------------------
জীৱনত বহুত আপোন মানুহ থকাতো প্ৰয়োজনীয় নহয়
প্ৰয়োজনীয় কথাতো হ'ল যি কেইজন আপোন আছে তেওঁলোক গোটেই জীৱন থকাতো॥
Jibonot bahut aapun manuh
thokatu proyojonio nohoi
Proyojonio kotha tu hol ji
keijon aapun aase teoluk gutei jibon thokatu.
------------------------------------------
জীৱন জোখাটো খুব টান ও নহয়
কেৱল যিখন পাল্লাত আনক সঘনে জুখি থকা হয়
সেইখনতে নিজকেও এবাৰ জুখি চাব লাগে॥
সেইখনতে নিজকেও এবাৰ জুখি চাব লাগে॥
Jibon jukhatu khub taan o
nohoi
Kewol jikhon pallat aanok
jukha hoi
Heikhonote nijokeo ebar
jukhi sabo lage.
---------------------------------
ডালৰ পৰা সৰি পৰা পকা পাত খিলাও কিযে কৈ গ'ল
কাৰোবাৰ যদি বোজা হৈ যোৱা, নিজৰ বোৰেই আঁতৰাই পঠাই॥
কাৰোবাৰ যদি বোজা হৈ যোৱা, নিজৰ বোৰেই আঁতৰাই পঠাই॥
Dalor pora hori pora poka
paat khilai o kije koi gol!
Karubar Jodi buja hoi juwa,
nijor burei aatorai pothai.
---------------------------------------
যদি মইয়ে বেইমান আছিলো
এইয়া তোমাৰ পৰাই শিকিছিলো
কাৰণ তুমিয়েই একমাত্ৰ আৰু প্ৰথম আছিলা
যাৰ কথা মই মাৰ পৰা লুকুৱাইছিলো॥
যাৰ কথা মই মাৰ পৰা লুকুৱাইছিলো॥
Jodi moiye beiman aasilu
Eiya tumar porai hikilu
Karon tumiyei ekmatro aaru
prothom aasila
Jaar kotha moi maar pora
lukuwaisilu.
---------------------------
নিজৰ শৰীৰটোকে বহুত কষ্ট দিলো
কিয় তাইক এতিয়াও লুকাই ৰাখিছ বুলি!
এতিয়াহে বুজিছো, তেওঁৰ স্মৃতিটো আত্মাত আছে
মিছাকৈয়ে শৰীৰটোক অপৰাধী সাজিলো ।
মিছাকৈয়ে শৰীৰটোক অপৰাধী সাজিলো ।
Nijor horirtuke bahut kosto
dilu
Kio teonk hridoyot lukuwai
rakhiso buli,
Etiyahe bujisu, Teonr smriti
tu aatmat aase
Misakoi e horir tuk oporadhi
sajilu.
------------------------