9 Best Assamese sad & love status/quotes, that readers will definitely love to share with their near and dear ones through whatsapp & facebook.
লক্ষ্য তেওঁৰেই আছিল
বাছিলোৱা পথো তেওঁৰেই আছিল
একেলগে যোৱাৰ সিদ্ধান্ত তেওঁৰেই আছিল
আৰু পাছত পথ সলনি কৰাৰ সিদ্ধান্তও তেওঁৰেই আছিল
আজি যেতিয়া অকলে ঘূৰি আহিছো, ভাবিছো মনতে
ঠিক আছে সকলোবোৰ তেওঁৰেই আছিল
কিন্তু ভগৱানো কি তেওঁৰ মতেই চলিছিল॥
Lokhya teorei asil
Basi lua poth o teorei asil
Ekeloge juwar hidhanto o teorei asil
Aru pasot poth holoni korar hidhanto o teorei asil
Aji jetiya okole ghuri ahisu, vabisu monote
Thik ase hokolubur teorei asil
Kintu bhagawan o ki teor motei solisil.
------------------------
আপোনাৰ বাহিৰে মোৰ কোনো আকাংক্ষা নাই
পোৱাৰ আশাটো বহুত কৰিছিলো আপোনাক
কিন্তু আপুনি হয়তু সেইডাল হস্তৰেখা
যিডাল মোৰ হাততেই নাই॥
Apunar bahire mur kunu akankhya nai
Eiyao janu, mur bhalpuwar etiya ostitto nai
Puwar axa tu bahutei korisilu aapunak
Kintu apuni hoitu heidal hosto rekha
Jidal mur hatotei nai.
------------------------
বিৰুদ্ধে কিমান আছে সেইয়া গণি কিয় মূৰ ঘমাও
সপক্ষে যি আছে সেইয়াই মোৰ পৃথিৱী॥
স্বয়ম সূৰ্য্যই একে সময়তে গোটেই পৃথিৱীক জগাব নোৱাৰে
তেনে স্থলত মই কিয় আশা কৰিম মোৰ উপস্থিতিয়ে সকলোকে হাঁহি বিৰিঙাব॥
Birudhe kiman ase heiya goni kio mur ghomao
Hopokhye ji ase heiyai mur prithibi
Shwayom hurjyoi o eke homoyote gutei prithibik jogabo nuware
Tene stholot moi kio axa korim mur uposthitie hokoluke hahi biringabo.
--------------------------------
জীৱনত কিছুমান সময়ত নিসংগ হোৱাতো ও জৰুৰী
কাৰণ সেইকণেই সময়, য'ত আমি নিজৰ স'তে পৰিচয় হোৱাৰ সুযোগ পাওঁ॥
Jibonot kisuman homoyot nixongo huwatu o joruri
Karon heikonei homoi, jot ami nijor hote porisoi huwar hujug pao.
-------------------------
মই নকৰো অহংকাৰ কোনো কথাতে
কাৰণ মই জানো
জীৱনত এনেকুৱা এটা ৰাতিও আহিব
যাৰ পাছত আৰু এটা পুৱা দেখাৰ সৌভাগ্য নহ'ব॥
Moi nokoru ahonkar kunu kothate
Karon moi janu
Jibonot enekuwa eta rati o ahibo
Jar pasot aru eta puwa dekhar houbhagya nohobo.
------------------------------
কেতিয়াবা মগজু, কেতিয়াবা হৃদয়
অথবা মোৰ চিন্তাত থাকিব পাৰা তুমি
এই সকলোবোৰ তো তোমাৰেই ঘৰ,
য'তেই ইচ্ছা ত'তেই জিৰাব পাৰা তুমি॥
Ketiyaba magaju, ketiyaba hridoi
Othoba mur sintat
thakibo para tumi,
Ei hokolu bur tu tumarei ghor,
Jotei issa totei jirabo
para tumi.
--------------------------
কোনোবাই 'অৱস্থা' ক বুজি নাপায়
কোনোৱে ইচ্ছাক বুজি নাপায়
বুজি পোৱাতো মানুহৰ মগজু আৰু হৃদয়ৰ এক সংযুক্তি
সেয়ে কোনোবাই উকা কাগজতেই সকলো বুজি পাই
কোনোবাই আক' সম্পূৰ্ণ কিতাপ খন পঢ়িও বুজি নাপায়॥
Kunubai 'obostha' k buji napai
Kunubai issak buji napai
Buji puwatu magaju aru hridoyor ek honjukti
Heye kunubai uka kagojotei hokolu buji pai
Kunubai hompurno kitap khon porhio buji napai.
------------------------------
ৰামায়ণত বিভীষণ ৰাৱনৰ শাসনত আছিল
তথাপিও তেওঁ ৰাৱনৰ দৰে নহ'ল
কিন্তু সেই ৰামায়ণতে কৈকেয়ী ৰামৰ ৰাজ্যত আছিল
কিন্তু তেওঁৰ চৰিত্ৰও সলনি নহ'ল
গতিকে পৰিৱেশ বা সংগে একো সলনি কৰিব নোৱাৰে
ভাল বা বেয়া হোৱাতো নিজৰেই চিন্তা আৰু স্বভাৱৰ ওপৰত হে নিৰ্ভৰ কৰে॥
Ramayan ot Bibhishan Ravan or haxonot asil
Tothapuo teo Ravanor dore nohol
Kintu hei Ramayan tei Koikeyi Ram or rajyo t asil
Kintu teor soritro holoni nohol
Gotike poribex ba honge eku koribo nuware
Bhal ba beya huwatu nijorei sinta aaru shwabhab or uport nirbhor kore.
-------------------------------