Life does not give equal opportunity to every one. If we are living a better life then we have to be grateful because there are people in our surrounding that they don't even get the primary necessities of life. Here are 10 best Assamese status & quotes about life & struggle. Reader will definitely love to share these Assamese status with their near & dear ones through whatsapp & facebook.
জীৱনে সকলোকে সমান সুযোগ নিদিয়ে। এই মূহুৰ্তত যদি আমি এটি ভাল জীৱন শৈলীৰে জীয়াই আছো তেন্তে আমি এই জীৱনক ধন্যবাদ দিয়া উচিত কিয়নো আমাৰ চাৰিওফালে এনে লোকো আছে যি জীৱন নিৰ্বাহৰ প্ৰাৰ্থমিক প্ৰয়োজন কেইটাও ভালদৰে নাপায়। এই জীৱন আৰু জীৱন যুঁদ্ধৰ ওপৰত প্ৰস্তুত কৰা ১০ টা অসমীয়া ষ্টেটাছ তলত দিয়া হৈছে, যি পঢ়ুৱৈএ whatsapp আৰু facebook ত ছেয়াৰ কৰিবলৈ ভাল পাব।।
সৌভাগ্যবান আপুনি, যদিহে
আপুনি কিমান বয়সলৈকে পঢ়িব
তাক নিজ ইচ্ছাৰে নিৰ্ণয় কৰিব পাৰে।
এই দুনীয়াত এনে লোক ও আছে, যি
দুটা টকাৰ বাবে কিমান বয়সৰ পৰা দৌৰিব লগা হয়,
তাক তেওঁৰ পৰিস্থিতিয়েহে নিৰ্ণয় কৰি দিয়ে॥
Houbhagyoban apuni, jodihe
Apuni kiman boyoxoloike porhibo
Tak nij issare nirnoi koribo pare.
Ei duniyat ene luk o ase, ji
Duta tokar babe kiman boyoxor pora douribo loga hoi
Tak teor poristhitiyehe nirnoi kori diye.
-----------------------------------
হেঁপাহৰ জোখাৰে জীৱনটো উপভোগ কৰাৰ ইচ্ছা আমাৰো আছে
কিন্তু কি কৰিম দায়িত্ব বোৰেও সাপৰ দৰে মেৰাই আছে॥
Hepahor jukhere jibon tu upobhug korar issa mur o ase
Kintu ki korim dayitto bureo hapor dore merai ase.
----------------------------------
দুটা বেলুন লৈ যোৱা চাহাব
তোমাৰ কণমাণিটোৰ মুখত হাঁহি বিৰিঙিব
তোমাৰ কণমাণিটোৱে যদি হাঁহে
মোৰ কণমানিটোৱে এসাঁজ খাবলৈ পাব॥
Duta ballon loi jua sahab
Tumar konmanitur mukhot hahi biringibo
Tumar konmani tue jodi hahe
Mur konmani tue exaj khaboloi pabo.
-----------------------------------
কিয় ইমান আমি বস্তুবাদী হৈ গ'লো
পুতলাৰ দৰে থানবান হৈ পৰি ৰোৱা জীৱনবোৰলৈ ভ্ৰূক্ষেপেই নাই
কিন্তু প্ৰাণহীন টেডীবিয়েৰটোৰ লগতেই ব্যস্ততাৰ সীমা নাই॥
Kio eman ami bastubadi hoi golu
Putolar dore thanban hoi pori ruwa jibonburoloi bhrukhep ei nai.
Kintu pranhin teddy bear tur logotei byostotar hima nai.
-------------------------------------
গছৰ পাতবোৰো কেৱল বসন্তত হে সলনি হয়
কিন্তু মানুহৰ মনবোৰ সলনি হোৱাৰ কোনো ঋতুৱেই নাই॥
Gosor paatbur o kewol boxontot he holoni hoi
Kintu manuhor mon bur holoni huwar he kunu ritu nathake.
--------------------------------------
(Read more জীৱনৰ আৱেগিক status)
মই দুৱাৰত তলা লগাইও চালো
গৰীবৰ কপাল যে
দুখবোৰে তথাপিও সুৰুঙা উলিয়াই ঘৰলে সোমায়ে আহে॥
Moi duwarot tola logai o salu
Goribor kopal je
Dukhbur tothapio hurunga uliyai ghorole humai e ahe.
--------------------------------
ভৰশা আৰু বিশ্বাসতেই জীয়াই থাকে সম্বন্ধ।
উশাহত টো কেৱল শৰীৰটোহে জীয়াই থাকে॥
Bhoroxa aru biswaxotei jiyau thake hombondho
Uxahot tu kewol horir tuhe jiyai thake.
----------------------------------
বুঢ়া বাপেকটোৱে নিজৰ কলিজাৰ এফাল
নিজৰ ছোৱালী জনীকেই দিদিলে
আৰু সিফালে মানুহ গোট খাই সুধিছে
কইনাৰ লগত কি কি দিলে॥
Burha Bapektue kolijar efal
Nijor suwali jonikei di dile
Aru hifale manuh gut khai hudhise
Koinar logot ki ki dile.
--------------------------------
(Read Assamese attitude status)
মই জানো এই সকলো
সপোন , আশা মাথো এক ভ্ৰম
কিন্তু কি কৰিম , জীয়াই থকাৰ বাবেও
কেতিয়াবা মিছা হ'লেও সপোন আৰু আশা লাগেই॥
Moi janu hokolu
Hopun axa mathu ek bhrom
Kintu ki korim jiyai thokar babeo
Ketiyaba misa holeo hopun aru aaxar proyujon hoi.
-----------------------------------------
মই বৰ্তমানত বিশ্বাস কৰোঁ
সেয়ে আজিটোকে ভাল কৰিবলৈ চেষ্টা কৰোঁ
কিয়নো না পাৰ হোৱা কালিটো পুনৰ মেৰামতি কৰিব পাৰো!
না আহিব লগা কালিলৈৰ পৰা অধিক সুখৰ গেৰাণ্টি লব পাৰোঁ॥
Moi bortomanot bisax koru
Heye ajituke bhal koriboloi sesta koru
Kiyonu na paar huwa kalitu punor meramoti koribo paru!
Na aahibo loga kaliloir pora odhik hukhor guarentee lobo paru.
--------------------------------------