Latest Assamese childhood status & shayari
তেতিয়া না কন্দাৰ কিবা কাৰণ আছিল না হাঁহিবলৈ কিবা বাহানা লাগিছিল!
ক'ত যে ফচিলো ডাঙৰ হৈ এই মতলবী দুনীয়াত..
ইয়াতকৈতো লৰালিৰ সেই সেঙুন নকা দিনবোৰেই ভাল আছিল॥
ক'ত যে ফচিলো ডাঙৰ হৈ এই মতলবী দুনীয়াত..
ইয়াতকৈতো লৰালিৰ সেই সেঙুন নকা দিনবোৰেই ভাল আছিল॥
Tetiya na kondar kiba karon asil
Na hahiboloi kiba bahana lagisil!
Kot je fosilu dangor hoi ei motlobi duniyat..
Eyatkoi loralir hei hengun noka dinburei val asil..
----------------------------------------------------------------------
সেইবোৰো যে কি দিন আছিল
কেৱল মাৰ কোলা আৰু দেউতাৰ বুকুচা,
না টকাৰ ভোক না জীৱনৰ বাসনা
না কালিলৈৰ চিন্তা না ভৱিষ্যতৰ ভাৱনা
এতিয়া ঘূৰি চাই দেখো আপোনবোৰেই বহু দূৰ
লক্ষ্য বিচাৰি বিচাৰি কিয় নিজেই হেৰাই গলো
নাজানো কিয়যে ইমান ডাঙৰ হৈ গলো॥॥

Heiburu je ki din asil
Kewol maar kula aaru deutar bukusa,
Na tokar vuk na jibonor baxona
Na kaliloir sinta na vobishyotor bhabona,
Etiya ghuri sai dekhu aapunburu bahut dur,
Lokhya bisari bisari kio je nijei herai golu
Najanu kio je emaan dangor hoi golu..
-----------------------------------------------------------------------------
Latest Assamese childhood status & shayari
সেই দিনবোৰো যে কিমান ভাল আছিল
তেতিয়া হৃদয় নহয় পুতলা বোৰ হে ভাঙিছিল,
এতিয়া এটোপাল চকুলো ওলালেও সন্মানত লাগে
তেতিয়াটো চকুলোতে নোপোৱাবোৰৰ প্ৰাপ্তি হৈছিল॥॥
তেতিয়া হৃদয় নহয় পুতলা বোৰ হে ভাঙিছিল,
এতিয়া এটোপাল চকুলো ওলালেও সন্মানত লাগে
তেতিয়াটো চকুলোতে নোপোৱাবোৰৰ প্ৰাপ্তি হৈছিল॥॥
Hei dinburu je kiman val aasil
Tetiya hridoy nohoi putolahe vangisil,
Etiya etupal sakulu ulaleo honmanot lage
Tetiya tu sakulute nupuwaburor prapti hoisil.
----------------------------------------------------------------------
না কিবা পোৱাৰ আশা
না কিবা হেৰুৱাৰ ভয়
অকল খেলতেই আৰম্ভ
আৰু খেলতেই শেষ
যদি আহিল হয় পুনৰ
সেই লৰালিৰ সময়॥
না কিবা হেৰুৱাৰ ভয়
অকল খেলতেই আৰম্ভ
আৰু খেলতেই শেষ
যদি আহিল হয় পুনৰ
সেই লৰালিৰ সময়॥
Na kiba puwar aaxa
Na kiba heruwar voi
Kewol khelerei aarombho
Aaru Khelerei hex
Jodi aahil hoi punor
Hei hunuwali loralir homoi.
--------------------------------------------------------
তেতিয়া মন গলেই হাহি দিছিলো আৰু মন গলেই কান্দিব পাৰিছিলো,
এতিয়াটো হাঁহিতো ভদ্ৰতা লাগে আৰু কান্দিবলৈও নিসংগতা লাগে॥
এতিয়াটো হাঁহিতো ভদ্ৰতা লাগে আৰু কান্দিবলৈও নিসংগতা লাগে॥
Tetiya mon golei hahi disilu aaru mon golei kandibo parisilu,
Etiyatu hahitu vodrota lage aaru kandiboloi o nixongota lage..