Must read Assamese motivational status, Assamese motivational whatsapp status, Assamese motivational Facebook status that will definitely give you positive energy to concentrate into your goal.
ঈশ্বৰে দিয়া খিনি কেতিয়াও কম নহয়
যি ভাঙি যায় সেইয়া প্ৰতিজ্ঞাই নহয়
পৰাজয়ক লক্ষ্যৰ পৰা দূৰতে ৰাখা বন্ধু
কাৰণ পৰাজয় কেতিয়াও বিজয়ৰ বিকল্প নহয়॥
যি ভাঙি যায় সেইয়া প্ৰতিজ্ঞাই নহয়
পৰাজয়ক লক্ষ্যৰ পৰা দূৰতে ৰাখা বন্ধু
কাৰণ পৰাজয় কেতিয়াও বিজয়ৰ বিকল্প নহয়॥
Ishwar e diya khini ketiyao kom nohoi
Ji vangi jai heiya protigya nohoi
Porajoyok lokhyo r pora durote rakha bondhu
Karon porajoy ketiyao joyor bikolpo nohoi.
-----------------------------------------------
নিজৰ কষ্টক ইমানো ধ্যান নিদিবা
যে নিজৰ সপোনটোৱেই পাহৰি যোৱা
বৰঞ্চ নিজৰ সপোনটোত ইমান ধ্যান দিয়া যে
নিজৰ কষ্টলৈ মনতে নপৰে॥
যে নিজৰ সপোনটোৱেই পাহৰি যোৱা
বৰঞ্চ নিজৰ সপোনটোত ইমান ধ্যান দিয়া যে
নিজৰ কষ্টলৈ মনতে নপৰে॥
Nijor kostok emanu dhyan nidiba
Je nijor hopuntuwei paohori juwa
Boroncho Nijor hopun tut eman dhyan diya je
Nijor kostoloi monote nopore
-------------------------------------------
এজন বৃদ্ধই ক'লে, অভিজ্ঞতাৰ পৰা কৈছো
দুখ কষ্ট ভয় এইবোৰ কেৱল তোৰ ভিতৰতেই আছে
নিজেই বনাই লোৱা পিঞ্জৰাটোৰ পৰা মুকলি হৈ চা
তইও এজন স্বাধীন ৰজা॥
দুখ কষ্ট ভয় এইবোৰ কেৱল তোৰ ভিতৰতেই আছে
নিজেই বনাই লোৱা পিঞ্জৰাটোৰ পৰা মুকলি হৈ চা
তইও এজন স্বাধীন ৰজা॥
Ejon bridhyoi kole, Obhigyotar pora koisu
Dukh, kosto, voi eibur kewol tur vitorotei aase
Nijei bonai lua pinjoratur pora mukoli hoi saa
Toi o ejon shwadhin roja.
---------------------------------------------
কাঁহি বাতিও একেলগে থলে শব্দ হয়
একেদৰে প্ৰতিটো সম্বন্ধতে বাদ বিবাদ হয়
মাথো ধ্যান ৰাখিবা যাতে সেই বিবাদে সম্বন্ধত ভাঙোন নানে!
কিয়নো তেতিয়া জুই লগোৱা মানুহ ও বাঢ়ি গৈ থাকে॥
একেদৰে প্ৰতিটো সম্বন্ধতে বাদ বিবাদ হয়
মাথো ধ্যান ৰাখিবা যাতে সেই বিবাদে সম্বন্ধত ভাঙোন নানে!
কিয়নো তেতিয়া জুই লগোৱা মানুহ ও বাঢ়ি গৈ থাকে॥
Kahi batio ekeloge thole hobdo hoi
Ekedore protitu hombondhote baad bibaad thake
Mathu dhyan rakhibo lage jate hei bibaade hombondhot vangun nane!
Kiyonu tetiya jui logua manuho barhi jai.
------------------------------------------
যাৰ চিন্তাত আত্মবিশ্বাস আছে
যাৰ উদ্দেশ্যত দৃঢ়তা আছে
আৰু যাৰ চৰিত্ৰত সততা আছে
তেওঁৰ শৰীৰতহে মানুহৰ লক্ষণ আছে॥
যাৰ উদ্দেশ্যত দৃঢ়তা আছে
আৰু যাৰ চৰিত্ৰত সততা আছে
তেওঁৰ শৰীৰতহে মানুহৰ লক্ষণ আছে॥
Jaar sintat atmobishwax aase
Jaar uddeshya t drihota aase
Aaru jaar soritrot hotota aase
Teor horirit he manuhor lokhyon aase.
--------------------------------------------------
সপোনৰ উৰাণ
এই মাটিৰ পৰাই কৰিব লাগিব
এই কষ্ট আজি নহ'লে কাইলে কৰিবই লাগিব
দিনক ৰাতি আৰু ৰাতিক দিন কৰিবই লাগিব
য'লৈকে যাব বিচাৰা তুমি ,
সেই ৰাস্তা নিজেই তৈয়াৰ কৰি ল'ব লাগিব॥
এই মাটিৰ পৰাই কৰিব লাগিব
এই কষ্ট আজি নহ'লে কাইলে কৰিবই লাগিব
দিনক ৰাতি আৰু ৰাতিক দিন কৰিবই লাগিব
য'লৈকে যাব বিচাৰা তুমি ,
সেই ৰাস্তা নিজেই তৈয়াৰ কৰি ল'ব লাগিব॥
Hopunor uran
Ei maatir porai aarombho koribo lagibo
Dinok rati aaru ratik din koriboi lagibo
Joloike jab bisara tumi
Hei rasta nijei toiyar kori lobo lagibo
------------------------------------------------
জীৱনত সুখ - দুখ
শ্বপিং মলৰ buy 1 get 1 অফাৰৰ দৰে
আপুনি যিমানেই সুখ বিচাৰিব দুখ লগত আহিবই !
সেয়ে সুখ দুখ দুয়োটা ক্ষণতে সুখীয়ে হ'বলৈ চেষ্টা কৰক॥
শ্বপিং মলৰ buy 1 get 1 অফাৰৰ দৰে
আপুনি যিমানেই সুখ বিচাৰিব দুখ লগত আহিবই !
সেয়ে সুখ দুখ দুয়োটা ক্ষণতে সুখীয়ে হ'বলৈ চেষ্টা কৰক॥
Jibonot hukh dukh
Shopping mall r buy 1 get 1 offer or dore
Aapuni jimanei hukh bisariba dukh logot aahiboi
Heye hukh dukh duyota khyonote hukhi hoboloi sesta korok.
--------------------------------------------------
কিয় ভয় কৰো জীৱনত কি হ'ব
প্ৰতিটো সময়তে কিয় ভাবো কিবা বেয়া হ'ব
আগবাঢ়ি গৈ থাকিম আমি লক্ষ্যলৈ
একো নাপালেও কি হ'ল অভিজ্ঞতা টো নতুন হ'ব॥
প্ৰতিটো সময়তে কিয় ভাবো কিবা বেয়া হ'ব
আগবাঢ়ি গৈ থাকিম আমি লক্ষ্যলৈ
একো নাপালেও কি হ'ল অভিজ্ঞতা টো নতুন হ'ব॥
Kio voi koru jibonot ki hobo
Protitu homoyote kio vabu kiba beya hobo
Aagbarhi goi thakim aami lokhyo loi
Eku napale ki hol obhigyota tu natun hobo.
------------------------------------------------
পৃথিৱীত দুজনেই সঠিক জ্যোতিষী আছে
মনৰ সকলো কথা বুজি পোৱা মা
আৰু ভৱিষ্যত চিনি পোৱা দেউতা॥
Prithibit dujonei hothik jyotixi aase
Monor hokolu kothq buji puwa maa
Aaru bhobishyot sini puwa deuta.
----------------------------------------------------
একোৱেই নাপায় জীৱনত কষ্টৰ অবিহনে
আমি নিজৰ ছাঁ টোও ৰ'দলৈ আহিলেহে পাওঁ।
Ekuwie naapai jibonot kostor obihone
Aami nijor sa tu o rodoloi aahile he pao.
---------------------------------------------------
পৃথিৱীৰ সমস্যাবোৰৰ সৈতে যুঁজি জয়ী হোৱাতো ডাঙৰ কথা নহয়!
কিয়নো আপুনি নহ'লেও সেইয়া কৰিবলৈ আন বহুত ওলাব।
কিন্তু নিজৰ জীৱনৰ সমস্যা সমূহৰ সৈতে যুঁজি আপুনি যিদিনাই জয়ী হ'ব পাৰিব ,
সেই দিনাহে আপোনাৰ জীৱন সফল হ'ব।
Prithibir homoshya buror hoite juji joyi huwatu dangor kotha nohoi!
kiyonu
aapuni noholeo heiya koriboloi aan bahut ulabo.
Kintu nijor jibonor homoshya homuhor hoite juji aapuni jidinai joyi hobo
paribo,
hei dinahe Aapunar jibon hofol hobo.
-------------------------------------------------