Best Assamese love status, Fb assamese love status that will surely melt your heart. Do read it and share with your loved one.
সম্বন্ধ ভাঙি গ'ল তেওঁ ও গুচি গ'ল
হয়তু মই দিয়া পায়েল যোৰ
তেওঁ খুলিবলৈ পাহৰি গ'ল
আৰু আজি যেতিয়াই তেওঁ খোজ কাঢ়ে
পায়েল যোৰৰ শব্দই মোৰ বুকুত বিন্ধে॥
তেওঁ খুলিবলৈ পাহৰি গ'ল
আৰু আজি যেতিয়াই তেওঁ খোজ কাঢ়ে
পায়েল যোৰৰ শব্দই মোৰ বুকুত বিন্ধে॥
Hombondho bhangi gol, Teo o
gusi gol
Hoitu moi diya payal jur
Teo khuliboloi pahori gol
Aaru aaji jetiyai teo khuj
karhe
Payal juror hobdoi mur bukut
bindhe. (Assamese love status)
----------------------------------
এতিয়াটো এমুঠি মান শব্দেৰে সজাইছো তোমাক
তুমি এবাৰ মোৰ হৈ চোৱা,
মোৰ জীৱন কিতাপৰ প্ৰতিটো পৃষ্ঠাতে
আকোলতাৰ ছন্দেৰে সজাম তোমাক॥
তুমি এবাৰ মোৰ হৈ চোৱা,
মোৰ জীৱন কিতাপৰ প্ৰতিটো পৃষ্ঠাতে
আকোলতাৰ ছন্দেৰে সজাম তোমাক॥
Etiya tu emuthi hobdere
hojaisu tumaak
Tumi ebaar mur hoi sua,
Mur jibon kitapor protitu
pristhate
Aakulotar sondere hojam
tumaak. (Assamese love status)
---------------------------------
যদি ভুল হৈছে, দি দিয়া গোচৰ ঈশ্বৰক
যে মই তোমাক ভাল পাওঁ
মইও উত্তৰ দিম তেওঁক যে
তেওঁৰ দ্বাৰা প্ৰতাৰিতা ১৬ শ গোপীৰ
বেদনা আমিও বুজি পাওঁ।
যে মই তোমাক ভাল পাওঁ
মইও উত্তৰ দিম তেওঁক যে
তেওঁৰ দ্বাৰা প্ৰতাৰিতা ১৬ শ গোপীৰ
বেদনা আমিও বুজি পাওঁ।
Jodi bhul hoise, di diya
gusor ishwar k
Je moi kio tumak vaal pao
Moi o uttor dim teok je
Teor dwara protarita 16 xo
gupir
Bedona aamio buji pao.
------------------------- (more Assamese status)
তুমিও যে মোক ভালপোৱা
মাত্ৰ এই বতাহ জাকক কৈ যোৱা
হাঁহে বতাহ জাকে মোক পাগল বুলি
মাথো সন্মুখলৈ আহি আমাৰ প্ৰেমৰ প্ৰমাণ দি যোৱা॥
মাত্ৰ এই বতাহ জাকক কৈ যোৱা
হাঁহে বতাহ জাকে মোক পাগল বুলি
মাথো সন্মুখলৈ আহি আমাৰ প্ৰেমৰ প্ৰমাণ দি যোৱা॥
Tumio je muk bhalpuwa
Maatro ei botah jaakok koi
juwa
Hahe botah jaake muk pagol
buli
Mathu honmukholoi aahi aamar
premor proman di juwa.
--------------------------------------
প্ৰেম বন্ধুত্ব বা যি কোনো সম্বন্ধ
আজীৱন থকাতো বিচাৰো
নহ'লে তো ক্ষন্তেকীয়া সাৰথি
চিতাত উঠাৰ সময়তো বহুত থাকে॥
আজীৱন থকাতো বিচাৰো
নহ'লে তো ক্ষন্তেকীয়া সাৰথি
চিতাত উঠাৰ সময়তো বহুত থাকে॥
Prem ba ji kunu hombondho
Aajibon thokatu bisaru
Nohole tu khontekia harothi
Sitat uthar homoyot o bahut
thake.
-------------------------------
নিবিচাৰিলেও মনলে ভাহি আহে তোমাৰ স্মৃতি
শব্দবোৰ বাৰু ধৰি ৰাখিম
কিন্তু এই মনটোক কি কৰিম!
শব্দবোৰ বাৰু ধৰি ৰাখিম
কিন্তু এই মনটোক কি কৰিম!
Nibisarileo monole vahi
aahe tumar smriti
Hobdo bur baru dhori
rakhim
Kintu ei mon tuk ki korim.
--------------------------
পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দি গৈছিল
আকৌ ঘূৰি আহিম বুলি নিজেই কৈ গৈছিল
আহিছে তেওঁ আজি মোৰ মুখাগ্নি চাবলৈ
আচলতে তেওঁ আহিছে তেওঁৰ প্ৰতিশ্ৰুতি পালন কৰিবলৈ।
আকৌ ঘূৰি আহিম বুলি নিজেই কৈ গৈছিল
আহিছে তেওঁ আজি মোৰ মুখাগ্নি চাবলৈ
আচলতে তেওঁ আহিছে তেওঁৰ প্ৰতিশ্ৰুতি পালন কৰিবলৈ।
Punor log puwar protishruti
di goisil
Aakou ghuri aahim buli nijei
koi goisil
Aahise teo aaji mur mukhagni
saboloi
Aasolote teo aahise teor
protishruti palon koriboloi.
-------------------------------- (More Assasmese status)