Best Assamese status/quotes about life, that you can share with your near & dear ones in whatsapp and facebook.
অসমীয়া ভাষাত কেইটামান সুন্দৰ জীৱনৰ আৱেগিক ষ্টেটাছ, যিকেইটা পাঠকে তেওঁলোকৰ আপোনজনৰ সৈতে whatsapp আৰু facebook ত ছেয়াৰ কৰিবলৈ ভাল পাব।
সম্বন্ধ বন্ধুত্ব আৰু প্ৰেম
তেওঁৰ সতেহে কৰিব লাগে
যি আপোনাৰ হাঁহিটোৰ আঁৰত থকা বেদনা
খঙৰ আঁৰত থকা ভালপোৱা আৰু
মৌনতাৰ আঁৰত থকা কাৰণ
উপলব্ধি কৰিব পাৰে।
Hombondho, Bondhutto aaru prem
Teonr logot he koribo lage
Ji aapunar hahitur aarot thoka bedona
Khong or aarot thoka bhalpuwa aaru
Mounotar aarot thoka karon
Upolobdhi koribo pare.
সময় বহুত পোৱা যায়
জীৱনটো সলনি কৰিবলৈ
কিন্তু
জীৱনটো কেনেও দুবাৰ নাপায়
সময় সলনি কৰিবলৈ…
Homoi bahut puwa jai
Jibon tu holoni koriboloi
Kintu,
Jibontu kuneo dubar napai
Homoi holoni koriboloi.
মই যদি এটি শব্দ
মোৰ উচ্চাৰণ তুমি
মই যদি এটি কবিতা
মোৰ ছন্দবোৰ তুমি
Moi Jodi eti hobdo
Mur ussaron tumi
Moi Jodi eti kobita
Mor sondobur tumi.
জীৱনটো উপভোগ কৰিবলৈ শিকা
কাৰণ তুমি যিমানেই দুখত বা সুখত নাথাকা
সময়ৰ বাবে আমি সদায় উপভোগ্য সামগ্ৰীহে মাথো..
Jibon tu upobhug koriboloi hika
Karon tumi jimanei dukhot ba hukhot
nathaka
Homoyor babe aami hodai upobhugyo
hamogrihe mathu.
সময়েও যে কিদৰে হেতালি খেলে!
জীৱনটোক ভালদৰে বুজিবলৈ আৰম্ভ কৰোঁহে মাথো
তেতিয়ালৈ জীৱনৰ আধা সময়েই শেষ হৈ যায়।
Homoye o je kidore hetali khele!
JIbontuk bhaldore bujiboloi arombho
korisiluhe mathu
Tetiyaloi jibonor aadha homoyei hex
hoi jai!
আমিনো কি
তোৰ নাৱৰ যাত্ৰীহে মাথো
যেতিয়াই নামিবলৈ আদেশ দিবি
নামিবই লাগিব, সেয়া লাগিলে মাজ সাগৰতে নহওঁক কিয়
Aami nu ki
Jibon!
Tur nawor jatri he mathu
Jetiyai namiboloi aadex dibi
Namiboi lagibo, heiya lagile maaj
hagorote nohouk kio.
লাহেকৈ যা অ’ জীৱন
অলপ ধাৰ পৰিশোধ কৰিবলৈ বাকী আছে
অলপ দুখ দূৰ কৰিবলৈ বাকী আছে,
হেঁপাহেৰে মোলৈ চাই আছে কিছু চিনাকি মুখে
অলপ দায়িত্ব সম্পূৰ্ণ কৰিবলৈ বাকী আছে।
Lahekoi jaa oo jibon
Alop dhar porihudh koriboloi baki
aase
Alop dukh dur koriboloi baki aase
Hepahere muloi sai aase kisu sinaki
mukhe
Alop dayitto hompurno koriboloi baki
aase.
নদীখনে নো কি কৈ গ’ল বেলিক মৰমত!
যে সাৱতিয়েই থাকিল পোহৰে নদীক
যেতিয়ালৈ বেলি থাকিল পশ্চিম আকাশত।
নদী ঐ, মোকো দি যাবি তোৰ সেই কিটিপ
মইও বিচাৰো ধৰি ৰাখিবলৈ ক্ষণস্থায়ী সম্বন্ধবোৰ।
Nodi khone nu ki koi gol belik
moromot!
Je habotiyei thakil puhore nodik
Jetiyaloike beli aasil poshim akaxot
Nodi oi, muk o di jabi tur hei kitip
Moi o bisaru dhori rakhiboloi
khyonosthayi hombondho bur.
কাক শুনাবা সঁচা হৃদয়ৰ অনুভূতি
ইয়াত সকলোৰে এইবোৰ গঞা কাৰবাৰ যেন লাগে
পকেটত থকা টকা বা বক্ষৰ জোখ কৈ দিয়া
মডাৰ্ণ দুনীয়াত এতিয়া ইয়াৰ হিচাপ হে লাগে।
তথাপিও যদি পোৱা কোনোবাজন অনুভূতি বুজি পোৱা
তেন্তে তুলি দিয়া হৃদয় তেওঁক, কাৰণ
ভাঙি পৰিছে চাগে তেওঁ তোমাৰ দৰেই, হৃদয়ৰ ঠিকনা বিচাৰি।
Kak hunaba hosa hridoyor anubhuti
Eyat hokolure eibur gonya karbar jen
lage
Pocketot thoka toka ba Bokhyor jukh
koi diya
Modern duniyat etiya eyar he hisap
lage!
Tothapio Jodi puwa kunubajon anubhuti
buji puwa
Tente tuli diya hridoi teonk, Karon
Bhangi porise sage teon tumar dorei,
Hridoyor thikona bisari.