9 Best Assamese status/quotes about life and relationship that every reader will love share with their near and dear ones through Facebook & Whatsapp.
৯ টা অতি সুন্দৰ জীৱনৰ আৱগিক ষ্টেটাছ, যি কেইটা পঢ়ুৱৈয়ে তেওঁলোকৰ আত্মীয়জনৰ সৈতে Facebook আৰু Whatsapp ত ছেয়াৰ কৰিবলৈ ভাল পাব।
দুচুকৰ এই টোপালবোৰ
অলপ মচি লওঁ ৰ’বা!
আহিলাই যেতিয়া তুমি অ’ ৰাঙলী ফাগুন
এনেওটো তুমি শুকুৱাইয়ে দিবা।
ফাগুন তোমাৰ বুকুৰ শুকান ৰংবোৰেই মোৰ প্ৰিয়! কিয় জানা?
শৰতৰ সিক্ততা, উপভোগ কৰাজনৰ বাবেহে আনন্দকৰ, কিন্তু
জঠৰ হোৱা দুবৰিৰ বেথা উপলব্ধি কৰাটো বৰকষ্টকৰ।
ক্ষন্তেকীয়াই হওঁক ভালপোৱাবোৰ মাথো শুকান হওঁক তোমাৰ দৰে
বিদায়বেলাত যাতে উৰি যায় পছোৱা হৈ কোনো সাঁচ নৰখাকৈ।
Dusokur ei tupalbur
Alop mosi lou roba!
Ahilai jetiya tumi o
rangoli fagun
Eneu tu tumi hukwai e
diba.
Fagun tumar bukur
hukan rong burei mur priyo!
Kiyo jana?
Horotor hiktotta,
upobhug kora jonor babehe anodokor, kintu
Jothor huwa duborir
betha upolobdhi koratu bor kostokor.
Khyontekiyai houk, bhalpuwa
bur mathu hukan houk tumar dore
Bidai belat jate uri
jai posuwa hoi kunu hans norokhakoi.
পানী!
নিজেই পাতল হৈও বহুত বোজা কঢ়িয়াই ফুৰে!
পানী চকুতেই থাকক বা নদীতেই থাকক
দুয়োটাতেই গণিব নোৱাৰাকৈ কাহিনী লুকাই থাকে।
Paani!
Nijei patol hoi o
bahut buja korhiyai fure
Paani sakutei thakok
ba noditei thakok
Duyutatei gonibo
nuwarakoi kahini lukai thake.
যেতিয়াই সময় হয় কিবা এটা কৈ দিয়া, কাৰণ
অপেক্ষাৰো থাকে নিজৰো এক সময়, আৰু
সময় বাগৰিলে মৌন সম্বন্ধত হেৰাই যায় হাবিয়াস।
Jetiyai homoi hoi, kiba
eta koi diba, karon
Opekhyar o thake
nijoru ek homoi, aaru
Homoi bagorile mouno
hombondhot herai jai habiyax.
শান্তিত জীয়াই থাকিবলৈও যে
কেতিয়াবা কি কৌশল কৰিব লগা হয়!
এই যে জীয়াই আছো নিসংগতাত সুখেৰে
এই খবৰো আনৰ পৰা লুকুৱাই ৰাখিব লগা হয়।
Hantit jiyai
thakiboloi o je
Ketiyaba ki kouxol
korib loga hoi!
Ei je jiyai aasu
nixongotat hukhere
Ei khobor o aanor pora
lukuwai rakhibo loga hoi.
জীৱন নো কি?
যিজনৰ ওপৰত এদিন অভিমান কৰিলেও নিজৰেই দুখ লাগিছিল
স্বাভিমানৰ খাতিৰত এদিন তেওঁক দেখুৱাইয়ে সুখী হ’ব লগা হয়।
Jibon nu ki?
JIjonor oporot edin
obhiman korileo nijorei dukh lagisil
Shwabhimanor khatirot
edin teonk dekhuwai e hukhi hobo loga hoi.
পুৱাৰ পাছত মই নিশাটো দেখিছো
বহু সপোনৰ নিলাম হোৱা প্ৰতিদিনে দেখিছো
কি পালো চহৰৰ ব্যস্ত জীৱনত?
আজি গাঁৱলৈ আহি লগৰ কেইটাৰ সৈতে আড্ডাত বহিলো
বহু দিনৰ মূৰত আজি মই সেই চিনাকি আবেলিটো দেখিলো।
Puwar pasot moi
nixatuhe dekhisu
Bahu hopunor nilam
huwa protidine dekhisu
Ki palu sohoror byosto
jibonot?
Aaji gaonoloi ahi
logor keitar hoite aaddat bohilu
Bahu dinor murot aaji
moi sinaki aabeli tu dekhisu.
নিজৰ অংশ এবাৰ দাবী কৰি চোৱা
সকলো সম্বন্ধৰ মুখা খুলি পৰিব
নিজৰ অংশ এবাৰ এৰি দি চোৱা
সকলো কাইঁট গোলাপ হৈ পৰিব।
Nijor anxo ebar dabi
kori suwa
Hokolu hombondhor
mukha khuli poribo
NIjor anxo ebar eri di
suwa
Hokolu kait gulap hoi
poribo.
মোৰ জীৱন যেন মহাভাৰতৰ ৰণাংগন
ইয়াত মইয়েই কৃষ্ণ, মইয়েই অৰ্জুন
আৰু প্ৰতিদিনেই নিজেই নিজৰ সাৰথি হৈ যুঁজি আছো।
Mur jibon jen
mohabharotor ronangon
Eyat moiyei Krishno,
moiyei Arjun
Aru proti dinei moi
nijei nijor harothi hoi jujisu.
কিমান আৰু ধৰি থাকিবা
এমুঠিমান হে সুখ আছে জীৱনত
তাকেই বিলাই দিয়া..
এনেও শেষান্তত এই মুঠি নিজেই খুলি যাব।
অৱশ্যে তেতিয়া আনন্দ ল'বলৈ সময়েই বাকী নাথাকিব॥
Kiman aru dhori
thakiba
Emuthiman he hukh aase
jibonot
Takei bilai diya..
Eneo hekhantot ei
muthi nijei khuli jabo.
Oboshye tetiya anando
loboloi homoyei baki nathakibo.