দুচুকৰ এই টোপালবোৰ | Assamese status on life & relationship | Assamese facebook status | Assamese whatsapp status
9 Best Assamese status/quotes about life and relationship that every reader will love share with their near and dear ones through Facebook & Whatsapp.
৯ টা অতি সুন্দৰ জীৱনৰ আৱগিক ষ্টেটাছ, যি কেইটা পঢ়ুৱৈয়ে তেওঁলোকৰ আত্মীয়জনৰ সৈতে Facebook আৰু Whatsapp ত ছেয়াৰ কৰিবলৈ ভাল পাব।
দুচুকৰ এই টোপালবোৰ
অলপ মচি লওঁ ৰ’বা!
আহিলাই যেতিয়া তুমি অ’ ৰাঙলী ফাগুন
এনেওটো তুমি শুকুৱাইয়ে দিবা।
ফাগুন তোমাৰ বুকুৰ শুকান ৰংবোৰেই মোৰ প্ৰিয়! কিয় জানা?
শৰতৰ সিক্ততা, উপভোগ কৰাজনৰ বাবেহে আনন্দকৰ, কিন্তু
জঠৰ হোৱা দুবৰিৰ বেথা উপলব্ধি কৰাটো বৰকষ্টকৰ।
ক্ষন্তেকীয়াই হওঁক ভালপোৱাবোৰ মাথো শুকান হওঁক তোমাৰ দৰে
বিদায়বেলাত যাতে উৰি যায় পছোৱা হৈ কোনো সাঁচ নৰখাকৈ।
Dusokur ei tupalbur
Alop mosi lou roba!
Ahilai jetiya tumi o
rangoli fagun
Eneu tu tumi hukwai e
diba.
Fagun tumar bukur
hukan rong burei mur priyo!
Kiyo jana?
Horotor hiktotta,
upobhug kora jonor babehe anodokor, kintu
Jothor huwa duborir
betha upolobdhi koratu bor kostokor.
Khyontekiyai houk, bhalpuwa
bur mathu hukan houk tumar dore
Bidai belat jate uri
jai posuwa hoi kunu hans norokhakoi.