9 best Assamese status/quotes on love, relationship and life. Readers will like to share these statuses with their near and dear ones through facebook and whatsapp.
চকুত চকু পৰিল
আৰু তেওঁও মিচিকিয়াই গ'ল
মোৰ ভালপোৱাৰ টো আৰম্ভণি তেতিয়াই
এআকাশ তৰালিও যাৰ সাক্ষী হৈ ৰ'ল॥
Sakut saku poril
Aru teo o misikiyai
gol
Mur bhalpuwar tu
aarombhoni tetiyai
E akax toralio jar
hakhi hoi rol.
এতিয়া বোলে মই এটা শিল
একদম অনুভূতিহীন!
তুমি কৈছা মই মানি লৈছো
পিছে তোমাৰেই অন্তৰাত্মাই জানো মানিব?
মোৰ শিলাময় হৃদয়ত তোমাৰ দ্বাৰাই খোদিত
বাসনাৰ এই শিলালিপিবোৰ!
দিন বাগৰিলে ইবোৰেই এদিন স্বচ্ছ হৈ প্ৰমাণ দিব..
আচলতে ভালপোৱা তোমাৰ বাবে এটা পেচা॥
Etiya bule moi eta xil
Ekdom anubhutihin
Tumi koisa moi mani
loisu
Pise tumarei
antoratmai janu manibo?
Mur xilamoi hridoyot
tumar dwarai khudito
Baxonar ei
xilalipibur!
Din bagorile
eeburei edin shoshwo hoi proman dibo
Aasolote
bhalpuwa tumar babe eta pesa.
কেতিয়াবা কাৰোবাক পোৱাৰ আশাত
এনেদৰে বান্ধ খাই যোৱা হয় যে..
তেওঁ তো কাষত নাথাকে, তথাপিও
নিজকে কিবা অকলশৰীয়া যেনও নালাগে॥
Ketiyaba karubak puwar
axat
Enedore bandh khai
juwa hoi je..
Teo tu kaxot nathake,
tothapio
Nijoke kiba okolxoria
jen o nalage.
কাৰোবাক আপোন কৰাতো তেনেই সহজ
কিন্তু সেই আপোনজনক চিৰস্থায়ী কৰাতোহে অতি কঠিন!
Karubaak aapun koratu
tenei hohoj
ল'ৰালিৰ পুতলা জুনুকাটোৱে
বাজি বাজি মোক সোধিছে আজি..
কেনে লাগে তোৰ যেতিয়া আনে
তোক লৈ খেলিবলৈ আৰম্ভ কৰে॥
Loralir putola junuka
tue
Baji baji muk hudhise
aaji..
Kene lage tur jetiya
aane
নিজৰেই চৰিত্ৰ পৰ্দাৰে ঢাকি
প্ৰতিজনেই যেন কৈ আছো..
আজিকালি সময়বোৰ বৰ বেয়া হৈ গৈ আছে॥
Nijorei soritro
pordare dhaki
protijonei jen koi
aasu
জীৱন জীৱন বুলি চিঞৰি আছো...
তেওঁটো বুজাই নাই
মই যে তেওঁকেই বিচাৰি আছো।
Jibon jibon buli
siyori aasu..
Teo tu bujai nai
Moi je teokei bisari
aasu.
প্ৰায়ে দূৰত্ব বাঢ়িলেহে অনুভৱ হয়
যে কাষত থকাজনৰ মহত্ব কিমান॥
Praye durotto
barhilehe anubhab hoi
Je kaxot thoka jonor
mohotto kiman.
কান্দি থাকিল দুবৰিবোৰে গোটেই নিশা
পুৱা মানুহে তাকেই নিয়ৰ ভাবি গছকি আনন্দ ল'লে।
কাৰোবাৰ বিষাদবোৰ চিনি পোৱা দক্ষতাটো বৰ জটিল!
যি বিষাদ চিনি পাই সি শেৱালী হৈ দুবৰিক ঢাকি ধৰে
আৰু নিয়ৰ যেন বিষাদবোৰ সমানে ভগাই লয়॥
Kandi thakil
duboribure gutei nixa
Puwa manuhe takei
niyor bhabi gosoki anondo lole.
Karubar bixadbur sini
puwa dokhyotatu bor jotil!
Ji bixad sini pai he
xewali hoi duborik dhaki dhore,
Aaru niyor jen
bixadbur homane bogai loi.