Best Assamese status/quotes about life, that you can share with your near & dear ones in whatsapp and facebook.
অসমীয়া ভাষাত কেইটামান সুন্দৰ জীৱনৰ আৱেগিক ষ্টেটাছ, যিকেইটা পাঠকে তেওঁলোকৰ আপোনজনৰ সৈতে whatsapp আৰু facebook ত ছেয়াৰ কৰিবলৈ ভাল পাব।
আধৰুৱা সপোন সজাইছানে কেতিয়াবা?
টুপনিৰ অবিহনেই শুইছানে কেতিয়াবা?
দুখবোৰে হাঁহি থকা বা সুখবোৰে কান্দি থকা দেখিছানে কেতিয়াবা?
যিজনে প্ৰেম ভালপোৱাৰ ইমান গুণ গৰিমা গাই থাকে তেওঁকেই সুধি চোৱা..
বিষাদৰ চকুলোকে সাৱতি এটি নিশা পাৰ কৰিছেনে কেতিয়াবা??
Aadhoruwa hopun
hojaisa ne ketiyaba?
Tuponir obihonei
huisane ketiyaba?
Dukhbure hahi thoka ba
Hukhbure kandi thoka dekhisane ketiyaba?
Jijone prem bhalpuwar
eman gun-gorima gai hake teonkei hudhi suwa..
হৃদয়েৰে বিচৰিলেও শাস্তিহে উপহাৰ দিয়ে মানুহে
সঁচা আকাংক্ষাবোৰো দলিয়াই দিয়ে মানুহে
কেনেকৈ হজম কৰিব সেইবোৰে দুখন হৃদয়ৰ মিলন!
একেলগে বহি থকা চৰাই দুটিকো উৰুৱাইহে দিয়ে মানুহে॥
Hiridoyere bisarileo
hastihe upohar diye manuhe
Hosa aakankhya buru
doliyai diye manuhe
Kenekoi hojom koribo
heibure dukhon hridoyor milon?
জীৱনটোৱেই আঘাতেৰে ভৰি থাকে
সেয়ে সময়ক মলম হিচাপে ব্যৱহাৰ কৰিবলৈ শিকি লোৱা!
হাৰিবটো লাগিবই এদিন মৃত্যুৰ সৈতে
বৰ্তমানত জীৱনটো উপভোগ কৰিবলৈ শিকি লোৱা॥
Jibon tuwei aaghatere
vori thake
Heye homoyok molom
hisape byobohar koriboloi hiki luwa
Haribo tu lagiboi edin
mrityor hote
তৰাৰ মাজত কেৱল জোনটোহে জিলিকি থাকে
হেজাৰ সমস্যাৰ মাজত অকলে যুঁজা জনহে জিলিকি থাকে
কাইটীয়া পথ দেখি ভয় নাখাবা বন্ধু, কিয়নো
বহু কাইটৰ মাজত অকল গোলাপ পাহহে জিলিকি থাকে॥
Torar majot kewol jun
tuhe jiliki thake
Hejar homoshyar majot
okole juja jon he jiliki thake
Kaitiya poth dekhi voi
nakhaba bandhu, kiyonu
কাৰোবাৰ মৰমত নিজকেই হেৰুৱাই দিয়া
এনে সময় এতিয়ানো আছে ক'ত?
মৰমবোৰ টো নিজেই অঘৰী এতিয়া
আজি যদি ইয়াত কালিলৈ আন কৰ'বাত॥
Karubar moromot
nijokei heruwai diya..
Ene homoi etiyanu aase
kot?
Morombur tu eyat nijei
oghori aaji
তেওঁ ও কান্দি দিব!
মোৰ খবৰনো তেওঁক শুনাওঁ কিদৰে ?
বিচ্ছেদিত সম্বন্ধবোৰেই এনেকুৱা
যেন এটি মমৰ ঘৰ, ভিতৰতনো জুই জ্বলাওঁ কিদৰে॥
Teon o kandi dibo!
Mur khobor nu teon k
hunao kid ore?
Bissedito hombondho
burei enekua
পৃথিৱীৰ প্ৰতিটো বস্তুৱেই অমূল্য হৈ পৰে মানুহৰ বাবে..
সেইয়া হয়, বস্তুটো পোৱাৰ আগত
আৰু তাক হেৰুৱাৰ পাছত॥
Prithibir protitu
bastuwei omulyo hoi pore manuhor babe..
Heiya hoi, bastutu
puwar aagot
পাওঁ যেন মই, বিচৰা প্ৰতিটো বস্তুৱেই..
এই শুভাশীষ দিয়েই তেওঁ গুচি গ'ল।
আৰে !এই শুভাশীষেৰে মই কৰিম কি?
মইটো তেওঁকেই বিচাৰিছিলো আৰু তেওঁৱেই গুচি গ'ল॥
Pao jen moi, bisora
protitu bastuwei..
Ei hubhaxix diyei teon
gusi gol.
Aare! Ei hubhaxexere
moi korim ki?
Moitu teonkei
bisarisilu aaru teowei gusi gol.
----------------------------------------------------------------------
Read more beautiful Assamese quotes and status