Assamese posts & status

Thursday, April 1, 2021

চকুত চকু পৰিল... | Assamese status | Assamese status on love, relationship & life | Assamese status for Facebook & whatsapp

 9 best Assamese status/quotes on love, relationship and life. Readers will like to share these statuses with their near and dear ones through facebook and whatsapp.



চকুত চকু পৰিল

আৰু তেওঁও মিচিকিয়াই '

মোৰ ভালপোৱাৰ টো আৰম্ভণি তেতিয়াই

এআকাশ তৰালিও যাৰ সাক্ষী হৈ '

Sakut saku poril

Aru teo o misikiyai gol

Mur bhalpuwar tu aarombhoni tetiyai

E akax toralio jar hakhi hoi rol.

Wednesday, February 10, 2021

দুচুকৰ এই টোপালবোৰ | Assamese status on life & relationship | Assamese facebook status | Assamese whatsapp status

 9 Best Assamese status/quotes about life and relationship that every reader will love share with their near and dear ones through Facebook & Whatsapp.

৯ টা অতি সুন্দৰ জীৱনৰ আৱগিক ষ্টেটাছ, যি কেইটা পঢ়ুৱৈয়ে তেওঁলোকৰ আত্মীয়জনৰ সৈতে Facebook আৰু Whatsapp ত ছেয়াৰ কৰিবলৈ ভাল পাব।


দুচুকৰ এই টোপালবোৰ

অলপ মচি লওঁ বা!

আহিলাই যেতিয়া তুমি ৰাঙলী ফাগুন

এনেওটো তুমি শুকুৱাইয়ে দিবা

ফাগুন তোমাৰ বুকুৰ শুকান ৰংবোৰেই মোৰ প্ৰিয়! কিয় জানা?

শৰতৰ সিক্ততা, উপভোগ কৰাজনৰ বাবেহে আনন্দকৰ, কিন্তু

জঠৰ হোৱা দুবৰিৰ বেথা উপলব্ধি কৰাটো বৰকষ্টকৰ

ক্ষন্তেকীয়াই হওঁক ভালপোৱাবোৰ মাথো শুকান হওঁক তোমাৰ দৰে

বিদায়বেলাত যাতে উৰি যায় পছোৱা হৈ কোনো সাঁচ নৰখাকৈ

Dusokur ei tupalbur

Alop mosi lou roba!

Ahilai jetiya tumi o rangoli fagun

Eneu tu tumi hukwai e diba.

Fagun tumar bukur hukan rong burei mur priyo!

Kiyo jana?

Horotor hiktotta, upobhug kora jonor babehe anodokor, kintu

Jothor huwa duborir betha upolobdhi koratu bor kostokor.

Khyontekiyai houk, bhalpuwa bur mathu hukan houk tumar dore

Bidai belat jate uri jai posuwa hoi kunu hans norokhakoi.

Sunday, January 17, 2021

সম্বন্ধ বন্ধুত্ব আৰু প্ৰেম.. | Best Assamese status on life | Assamese status | জীৱনৰ আৱেগিক status | Assamese whatsapp status | Assamese facebook status

 Best Assamese status/quotes about life, that you can share with your near & dear ones in whatsapp and facebook.

অসমীয়া ভাষাত কেইটামান সুন্দৰ জীৱনৰ আৱেগিক ষ্টেটাছ, যিকেইটা পাঠকে তেওঁলোকৰ আপোনজনৰ সৈতে whatsapp আৰু facebook ত ছেয়াৰ কৰিবলৈ ভাল পাব।


সম্বন্ধ বন্ধুত্ব আৰু প্ৰেম

তেওঁৰ সতেহে কৰিব লাগে

যি আপোনাৰ হাঁহিটোৰ আঁৰত থকা বেদনা

খঙৰ আঁৰত থকা ভালপোৱা আৰু

মৌনতাৰ আঁৰত থকা কাৰণ

উপলব্ধি কৰিব পাৰে

Hombondho, Bondhutto aaru prem

Teonr logot he koribo lage

Ji aapunar hahitur aarot thoka bedona

Khong or aarot thoka bhalpuwa aaru

Mounotar aarot thoka karon

Upolobdhi koribo pare.

Tuesday, December 29, 2020

পিন্ধিবলৈ দিয়া তাইক, তাই যি কাপোৰেই ভালপায় | Best Assamese love status | Assamese status | Assamese Whatsapp status | Assamese facebook status |

Best Assamese love status/quotes that readers will love to share with their near & dear ones through whatsapp & Facebook.
১০ টা উত্তম ভালপোৱাৰ ষ্টেটাচ, যি পঢ়ুৱৈ সকলে তেওঁলোকৰ আত্মীয় জনৰ সৈতে whatsapp আৰু Facebook ত ছেয়াৰ কৰিবলৈ ভাল পাব। 


পিন্ধিবলৈ দিয়া তাইক, তাই যি কাপোৰেই ভালপায়..
আৰে কাপোৰ যোৰ চায়েই যদি কাৰোবাৰ চৰিত্ৰ নিশ্চিত কৰিব পৰা ' হেতেন.
তেন্তে প্ৰতিখন কাপোৰৰ দোকানেই মন্দিৰ ' হেতেন

 

Pindhiboloi diya taik,tai ji kapurei bhal pai..

Aare kapur jur sayei Jodi karubar choritro nisshit koribo pora gol heten.

Tente protikhon kapuror dukanei mondir hol heten.

----------------------------------------



মোক দিয়া এই মিছা অপবাদবোৰলৈ মই ভয় নকৰো,
কেৱল মোৰ সন্মুখত থিয়হৈ কোৱা , মইয়ো সঠিক প্ৰত্যোৎত্তৰ  দিবলৈ সদা সাজু..
কাৰণ মই জানো; সময়ৰ গ্ৰহনৰ সন্মুখীনটো জোন বেলিও হয়

সেইবুলি সিঁহতৰ অস্তিত্ব ম্লান টো নহয়

 

Muk diya ei misa opobadburoloi moi boi nakoru,

Kewol mur honmukhot thiyo hoi kuwa, Moi o hothik potyottor diboloi hoda haju..

Karon moi janu; Homoyor grohonor honmukhin tu jun belio hoi

Heibuli hihotor osttito mlan tu nohoi.

------------------------------------



মোৰ অৱস্থা দেখি
প্ৰেম নিজেই লজ্জিত হৈ '
'লেএইটো কি প্ৰাণী যি সকলো হেৰুৱালে
তথাপিও  হাঁহিটো 'গল
মই কলো প্ৰেমক...
সদায় হাঁহিব দুজন লোকেহে পাৰে
যিজন সঁচাকৈয়ে সুখী অথবা
সেইজন যাৰ কান্দি কান্দি চকুলোৱেই শুকাই '

 

Mur obostha dekhi

Prem nijei lojjito hoi gol

Kole, Eitu kip rani ji hokolu heruwale

Tothapio hahitu nogol

Moi kolu premok..

Hodai hahibo dujon lukehe pare

Jijon hosakoi e hukhi othoba

Heijon jar kandi kandi sakuluwei hukai gol.

___________________



এনেইটো বাট বহুতেই আছে ভালপোৱা জনক নিজৰ কৰাৰ
কিন্তু  অপেক্ষাৰ বাটটোৱেই মোৰ একমাত্ৰ প্ৰিয়

 

Eneitu baat bahutei aase bhalpuwa jonok nijor korar

Kintu opekhyar baat tuwei ekmatro priyo.

_______________________



ইমানেই প্ৰভাৱ পেলালে স্বাৰ্থপৰ মানুহবোৰে এই পৃথিৱীত, যে..
'ভালে আছেনে' বুলি সুধিলেও কামত মতা বুলি ভাৱে

 

Emanei probhab pelale swarthopor manuhbure ei prithivit, je

“bhale aasene” buli hudhileo kaamot mota buli bhabe.

___________________________



ছপাহোৱাৰ পাছত বিক্ৰী হৈছিল যিবোৰ বাতৰিকাকত আগতে..
শুনিছো আজিকালি সেইবোৰেই বিক্ৰী হোৱাৰ পাছতহে ছাপা হয়

 

Sopa huwar paasot bikri hoisil jibur batori kakot aagote..

Hunisu aajikali heiburei bikri huwar pasot he sapa hoi.

_________________________



খুলি দিয়ানা
তোমাৰ প্ৰেমৰ মদিৰাৰ দোকান মোৰ বাবে..
তাৰেই এপিয়লা প্ৰতিদিনে পান কৰি
আজীৱন তোমাৰেই নিচাত ডুবি থাকিম

 

Khuli diyana..

Tumar premor modirar dukan

Tarei epiyola protidine paan kori

Aajibon tumarei nisat dubi thakim.

____________________



বেছি একো নাজানো ভালপোৱাৰ বিষয়ে
কেৱল তুমি যেতিয়া কাষত থাকা
তেতিয়াই  মোৰ সন্ধান শেষ যেন অনুভৱ হয়

 

Besi eku najanu bhalpuwar bixoye

Kewol tumi jetiya kaxot thaka

Tetiyai mur hondhan hex jen anubhob hoi.

______________________




জৰুৰী নেকি হে!
প্ৰতিটো উপহাৰতেই উপভোগ্য বস্তু থাকিবই লাগিব
সঁচা প্ৰেমৰ বাবে উপহাৰত 

মৰম শ্ৰদ্ধা আৰু বিশ্বাস ভৰাই দিলেই যথেষ্ট

Jaruri neki he!

Protitu upoharotei upobhogya bastu thakiboi lagibo

Hosa premor babe upoharot

Morom shrodha aaru bisax bhorai dilei jothesto.

___________________



হয়, প্ৰেমত সঁচাকৈয়ে কেঁচুৱা হৈ যায় তাই
কিন্তু মই যদি এদিন বেমাৰত পৰো
মোক শুশ্ৰুষাৰ বাবে মাও হৈ যায় তাই

 

Hoi, premot hosakoi e kesuwa hoi jai tai

Kintu moi Jodi edin bemarot paru

Muk husruxar babe maa o hoi jai tai.

___________________



 

তুমি যেতিয়া আঁতৰি যোৱা
মোৰ ধৈৰ্য্য হেৰাই যায়..
বিশ্বাস নহ'লে এবাৰ মোৰ ঠাইত নিজেই ৰৈ চোৱা
ভালপোৱাত এনেকোৱাই হয়

 

Tumi jetiya aatori juwa

Mur dhorjyo herai jai

Bisax nohole ebar mur thait nijei roi suwa

Bhalpuwat enekuwai hoi.

_______________________

(Read more beautiful Assamese status)

Notification
This is just an example, you can fill it later with your own note.
Done